10 Must Have WordPress Plugins for Blogging Websites in Assamese

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport লৈ, মই HEmanTA আৰু আজি মই আপোনালোকক 10 টা wordpress plugins ৰ বিষয়ে কবলৈ চেষ্টা কৰিম যিকেইটা এটা wordpress blog ত থকাটো খুবেই প্ৰয়োজনীয় এই কেইটা plugins ৰ দ্বাৰা আপুনি আপোনাৰ ব্লগৰ Design লগতে এটা Blogg ৰ কাৰণে লাগতিয়াল কিছুমান Features আৰু SEO ৰ কাৰণে এই কেইটা plugins নিশ্চয় ব্যৱহাৰ কৰা দৰকাৰ |

10 Must Have WordPress Plugins :-

Accelerated Mobile Pages (AMP) :-

এটা ব্লগত AMP version থকাটো খুবেই দৰকাৰ | AMP version টোৱে আপোনাৰ ব্লগৰ speed অতি বেছি বঢ়াই দিয়ে যাৰ ফলত আপোনাৰ ব্লগটোৰ SEO improve হয় আৰু Search Results ত Rank কৰাত সুবিধা হয় | লগতে AMP ব্যৱহাৰ কৰিলে Hosting ত ইয়ান বেছি পৰিমাণে Load টো নপৰে | Google ৰ পৰা অহা Visiter ক Google য়ে নিজৰ Hosting ত আপোনাৰ AMP version টো Save কৰি থই আৰু দেখুৱাই দিয়ে |যাৰ ফলত আপোনাৰ Hosting ত কিবা problems হলেও Traffic ৰ অসুবিধা নহয় |

Yoast SEO :-

wordpress ত থকা প্ৰায় সকলোবোৰ Blog ত SEO ৰ কাৰণে Yoast SEO plugin টো ব্যৱহাৰ কৰে | এই plugin টোৱে আপোনাৰ ব্লগটো লগতে নতুন নতুন পষ্ট বোৰক Rank কৰাত সহায় কৰে | নতুন পষ্ট লিখা সময়ত এই plugin টোৱে আপোনাক পষ্ট টোত কৰিবলগীয়া সকলোবোৰ কথা কব যিবোৰ যদি আপুনি ঠিক কৰি পষ্ট টো লিখে আৰু published কৰে তেন্তে অতি সহজতে পষ্ট টো Rank কৰে |

OneSignal Push Notifications :-

যদি আপুনি আপোনাৰ ব্লগত Notification ৰ ব্যৱস্থা কৰিম বুলি ভাবিছে তেন্তে আপুনি এই plugin টো ব্যৱহাৰ কৰিব পাৰে | প্ৰায় সকলোবোৰ Blog ত ইয়াৰ দ্বাৰা Notification ৰ ব্যৱস্থা কৰা দেখা যায় | এই plugin টো ব্যৱহাৰ কৰি আপুনিও আপোনাৰ ব্লগত Notification ৰ system Add কৰিব পাৰিব আৰু আপোনাৰ visiter ক নতুন নতুন পষ্ট ৰ বিষয়ে Notification ৰ দ্বাৰা জনাব পাৰিব | আৰু এইটো একেবাবে Free হয় |

Table of Contents Plus :-

যদি আপুনি আমাৰ ব্লগটো Follow কৰি আহিছে তেন্তে ওপৰত এনেকুৱা এটা Box চাবলৈ পাইছে

এই Plugin টো ব্যৱহাৰ কৰি আপুনিও আপোনাৰ ব্লগত এনেকুৱা এটা box লগাব পাৰিব যিটো ব্যবহাৰ কৰিলে visiter য়ে ইয়াৰ সহায়ত আপোনাৰ blog post টো থকা Topic বিলাকৰ কথা গম পাই যাব আৰু বুজি পোৱাত সুবিধা হব লগতে Google ৰ Robot য়ে crawl কৰা সময়ত বুজি পাব আৰু search results ত Rank কৰাত সুবিধা হয় | যদি আপুনি এতিয়া লৈকে এই plugin টো ব্যৱহাৰ কৰা নায় তেন্তে এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে৷ এই plugin টো সম্পূৰ্ণ Free হয় আপুনি WordPress ত Table Of Content Plus বুলি search কৰিলে এই plugin টো পাই যাব |

Contact Form 7 :-

প্ৰায় সকলোবোৰ blog ত Contact Form 7 plugin টো থকা দেখা যায় | এই plugin টোৰ সহায়ত আপুনি আপোনাৰ ব্লগৰ Contact page টো create কৰিব পাৰিব | ইয়াৰ সহায়ত contact page ত Form লগাব পাৰিব যেতিয়াই কোনোবাই আপোনাক contact কৰিব বিচাৰে আৰু Form টো Fill up কৰিব তেতিয়াই আপোনালৈ Mail আহিব আৰু তেওঁ Form টোত fill কৰা সকলোবোৰ কথা আপুনি mail ত পাই যাব |

Quick Adsense :-

যদি আপুনি আপোনাৰ ব্লগত Adsense ৰ বা media.net বা যিকোনো Ads ব্যৱহাৰ কৰে বা কৰিব বিচাৰে তেন্তে আপুনি এই plugins টোৰ সহায়ত post ৰ মাজত বা যত মন যায় ব্যৱহাৰ কৰিব পাৰিব | এই plugin টোৰ সহায়ত অতি সহজে blog post টোৰ মাজত, paragraph sellect কৰি যত মন যায় Ads লগাব পাৰিব |

Page Builder :-

যদি আপুনি Home page টো অলপ costomize কৰিব বিচাৰে তেন্তে আপুনি এই plugins টো ব্যৱহাৰ কৰিব পাৰিব | এই plugin টোৰ সহায়ত আপুনি আপোনাৰ ব্লগৰ page টো নিজৰ ইচ্ছাৰে costomize কৰিব পাৰিব |

যদি আপুনি Newspaper Theme ব্যৱহাৰ কৰে তেন্তে আপুনি Tagdiv Composer ৰ সহায়ত বা Wp Bakery ৰ সহায়ত page টো costomize কৰিব পাৰিব |

আৰু যদি অন্য কোনো ধৰণৰ Themes ব্যৱহাৰ কৰে তেন্তে Elementor page builder বা Theme টোৰ মতে page builder পাই যাব যাৰ সহায়ত আপুনি আপোনাৰ ব্লগৰ page customize কৰিব পাৰিব |

UPS hide Login :-

যদি আপোনাৰ ব্লগৰ wordpress admin ৰ url টো change কৰিব বিচাৰে তেন্তে এই plugin টো ব্যৱহাৰ কৰিব পাৰে |

Default wordpress admin url টো www.example.com/wp-admin/ ঠিক এনেকুৱা ধৰণৰ হয় যিটো সকলোৱে জনা কথা | এনেকুৱা থাকিলে যিকোনো লোকে আপোনাৰ blog ৰ Admin pannel টো Try কৰিব পাৰে আৰু ইচ্ছা কৰিলে Hack কৰিব পাৰে |

সেয়েহে আপুনি এই plugin টো ব্যৱহাৰ কৰিব লাগে আৰু নিজৰ ইচ্ছাৰে Admin URL ৰাখিব পাৰে যেনেকৈ www.example.com/my-name-login-pass-bbpress/ তেন্তে আপুনি এই plugin টো নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে৷

WP 404 Auto Redirect to Similar Post :-

যদি আপুনি আপোনাৰ ব্লগৰ blogpostৰ url ভূলতে কেতিয়াবা change কৰু দিছে বা কিবা অসুবিধাৰ ফলত change হৈছে বা blogger ৰ পৰা wordpress লৈ migrate কৰাৰ কাৰণে change হৈছে মানে যদি কিবা কাৰণত আপোনাৰ ব্লগত broken link আছে বা নাইয়ো তেতিয়াও এই plugin টো ব্যৱহাৰ কৰিব লাগে|

এই plugin টোৱে 404 url বোৰক similar url লৈ redirect কৰি দিয়ে আৰু যদি similar url নাই তেন্তে Home page লৈ redirect কৰি দিয়ে |সেয়েহে যিকোনো ব্লগত এই plugin টো থাকিব লাগে যাতে visiter য়ে কোনোধৰণৰ সমস্যাত নপৰে আৰু SEO ৰ বেয়া প্ৰভাৱ নপৰে |

W3 Total cache :-

যিকোনো wordpress ব্লগত W3 Total Cache plugin টো ব্যৱহাৰ কৰিব লাগে | এই plugin টোৱে আপোনাৰ ৱেবচাইট টোক Speed কৰে লগতে অলাগতিয়াল Code সমূহ invisible কৰে |

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক wordpress blog ৰ বাবে লাগতিয়াল 10 টা plugins ৰ বিষয়ে কবলৈ চেষ্টা কৰিলো | আশা কৰো আপুনি ভালদৰে বুজি পালে| আৰু যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে মোক comment ত সুধিব পাৰে আৰু বন্ধুৰ সৈতে share কৰিবলৈ নাপাহৰিব |

LEAVE A REPLY

Please enter your comment!
Please enter your name here