10 Tips for Applying Adsense on Blogs in Assamese – Assam Support

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট ASSAMSUPPORT.COM আজি আমি জানিম যে আমাৰ ব্লগ বা ৱেবচাইটটো কেতিয়া Google Adsense ৰ কাৰণে Apply কৰিব লাগে |

যদি আপোনাৰো এটা ব্লগ আছে আৰু আপুনি আপোনাৰ ব্লগটোত Google Adsense ৰ Ads ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে এই পষ্টটো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহবিব |

10 Tips for Applying Adsense on Blogs in Assamese

Google Adsense ৰ কাৰণে Apply কৰাৰ আগত কেইটামান বিশেষ কথালৈ লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ ব্লগ টোৰ অকনো ক্ষতি নোহোৱাকৈ এবাৰতেই Approved কৰি দিয়ে আৰুআপুনি আপোনাৰ ব্লগত Ads ব্যৱহাৰ কৰি উপাৰ্জন কৰিব পৰে |

Tips 1 : 

Google Adsense ৰ কাৰণে Apply কৰাৰ আগতে ব্লগ টোত অতিকমেও 20- 30 টা high quality ৰ পষ্ট থাকিব লাগিব | প্ৰতিটো পষ্ট 1500  টা শব্দ বা ততোধিক হব লাগিব |

Tips 2 :

 4 টা প্ৰয়োজনীয় page ”   About us,  Contact us, Disclaimer আৰু Privacy policy ” থাকিব লাগিব | যদি ৱেবচাইট টো কোনো e-commerce site হয় তেতিয়াহলে term & condition পেজ টো থাকিব লাগিব |

Tips 3 : 

ব্লগটো ৰ url টো Google Search console ত Submit কৰা হব লাগিব আৰু index কৰা হব লাগিব |

Tips 4 :

প্ৰতিদিনে 20 – 100 টা visitors অহিব লাগিব | social media ৰ পৰাই হওক বা Google ৰ পৰাই হওক |

Tips 5 :

ব্লগ টো অলপ পুৰনা হব লাগিব  অতিকমেও 1 – 3 month হব লাগিব |

Tips 6 :

ব্লগ টোৰ design মানে দেখিবলৈ ধুনীয়া হব লাগিব আৰু ব্যবহাৰ কৰা Theme টো Mobile Friendly হব লাগিব |

Tips 7 :

যদি ব্লগ টো Blogger ত আছে তেন্তে Costume Domain ব্যৱহাৰ কৰাৰ পাছতহে Adsense ৰ কাৰণে Apply কৰিব লাগে |


Tips 8 :

Google Analytics ৰ ব্যৱহাৰ কৰিব

Tips 9 :

Social Media ত Account বনাই ব্লগটোৰ লগত লিংক কৰি দিব |

Tips 10 : 

  •  কোনোধৰণৰ বেলেগ Ads network ৰ Ads যদি ব্যৱহাৰ কৰি আছে তেন্তে সেই ads টো Apply কৰাৰ আগত বন্ধ কৰি দিব |


Conclusion :-

যদি আপুনি এই কেইটা টিপ্চ follow কৰি  ব্লটোৰ কাৰনে Adsense ৰ Apply কৰে তেন্তে মই ভাবো যে আপোনৰ ব্লগটো অতি সহজে Approved কৰি দিব আৰু আপুনি ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হব |

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here