5 Best Google AMP Blogger Templates

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport লৈ , মই Hemanta আৰু আজি মই আপোনালোকলৈ 5 টা best google amp blogger templates লৈ আহিছো যিকেইটা আপুনি আপোনাৰ ব্লগাৰ ব্লগত অতি সহজতে ব্যবহাৰ কৰিব পাৰিব আৰু আপোনাৰ ব্লগৰ speed SEO বঢ়াব পাৰিব |

⚡What is AMP :-

AMP ৰ সম্পূৰ্ণ ৰূপ  Accelerated Mobile Page, যিটো Google ৰ এটা নতুন প্ৰজেক্ট হয় যিটোৱে Mobile ত websites বোৰক Fast Loading.. আৰু user য়ে অতি সহজতে বুজি পোৱা ধৰণৰ হয় | যদি আপোনাৰ website ত AMP ব্যৱহাৰ কৰে তেন্তে আপোনাৰ website টো mobile ত Slow internet থাকিলেও Fast Load হয় যাব ফলত user ৰ অসুবিধা নহয় |

AMP য়ে website ত থকা অলাগতিয়াল Code HTML, CSS আদি Load হবলৈ নিদিয়ে মাত্ৰ প্ৰয়োজনীয় Code যেনে Ads আদিহে Load হবলৈ দিয়ে |

Why use AMP⚡ :-

যদি আপুনি আপোনাৰ ব্লগ টো Google ত অতি সহজতে rank কৰাব বিচাৰে , Simple Design, user Friendly কৰিব বিচাৰে আৰু Fast Loading কৰিব বিচাৰে তেন্তে আপুনি AMP template ব্যৱহাৰ কৰিব লাগে আৰু যদি আপোনাৰ ব্লগ টো wordpress ত আছো তেন্তে AMP plugin ব্যৱহাৰ কৰিব পাৰে |

AMP ব্যৱহাৰ কৰিলে আপোনাৰ ব্লগ টো Slow internet connection তো বা 2G internet connection টো ভালদৰে Load হয় Fast load হয় যৰ ফলত user এ এবাৰ click কৰাৰ পিছত অপেক্ষা কৰিব লগা নহয় আৰু back কৰাৰ সম্ভাৱনা একেবাৰে কম হৈ যায় |

5 Best Google AMP Blogger Templates 2019

এই List টোত মই 5 টা best Google AMP blogger templates বাছি লইছো যিকেইটা Fast Load হয় লগতে SEO friendly , দেখিবলৈ ধুনীয়া আৰু User friendly .

#1. Blog AMP Blogger Templates

Demo Download


#2. MAKNYUS AMP Blogger Templates

Demo Download


#3. Amp html Blogger Template :-

Demo. Download


 

#4. Goplus Amp blogger template

Demo. Download


 

#5. PiroAmp blogger Template :-

Demo. Download


 

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক AMP ৰ বিষয়ে কিছু কবলৈ চেষ্টা কৰিলো লগতে 5 টা best blogger AMP templates আগবঢ়াবলৈ চেষ্টা কৰিলো আশা কৰো আপুনি AMP কি বুজি পালে | যদি আপোনাৰ ব্লগ টো Blogger ত আছে তেন্তে আপুনি এই কেইটা AMP blogger Template ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনাৰ ব্লগৰ Speed Fast কৰিব পাৰিব “ধন্যবাদ”

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here