5 Things You Should Know Before Selecting a Domain in Assamese

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ, মই Hemanta আৰু আজি মই আপোনালোকক 5 Things You Should Know Before Selecting a Domain for blog ৰ বিষয়ে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম, আশা কৰো আপুনি আমাৰ এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িব |

নতুনকৈ ব্লগ আৰম্ভ কৰিবলৈ এটা domain name ৰ খুবেই প্ৰয়োজন | এজন নতুন ব্লগাৰে তেওঁৰ নতুন ৱেবচাইটৰ বাবে এটা domain name sellect কৰে আৰু buy কৰে কিন্তু প্ৰায়ভাগ নতুন ব্লগাৰে তেওঁৰ প্ৰথম sellect কৰোতে ভুল কৰে | যাৰ ফলত ব্লগ টো popular হোৱাৰ পাছত তেওঁলোকৰ বহুতো অসুবিধা হয় সেয়েহে আজিৰ এই পষ্ট টোত মই আপোনালোকক নতুনকৈ domain sellect কৰাৰ সময়ত মন কৰিবলগীয়া 5 টা বিশেষ কথা ৰ বিষয়ে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম যিকেইটা মানি যদি আপুনি আপোনাৰ domain name টো sellect কৰে ভবিষ্যতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি মই ভাবো |

Sellect .COM Domain

মোৰ মতে নতুনকৈ domain name sellect কৰিবলৈ হলে পৰাপক্ষত .com domain sellect কৰিব লাগে | .com domain name ব্যৱহাৰ কৰিলে আপোনাৰ blog website টো high qualityৰ বুলি গণ্য কৰা হয় লগতে .com domain টো Top Level domain বুলিও কোৱা হয়|

ডাঙৰ ডাঙৰ blog websites বোৰলৈ লক্ষ কৰিলে দেখা পোৱা যায় যে তেওঁলোকে .com domain name হে ব্যৱহাৰ কৰে উদাহৰণ স্বৰূপে আমি Facebook.com, Twitter.com, ShoutMeLoud.com, Quara.com, AssamCareer.com, Flipkart.com আৰু বহুতো এনেকুৱা যিমানবোৰ ডাঙৰ ডাঙৰ website আছে তেওঁলোকৰ প্ৰায়ভাগেই .com domain sellect কৰে

.com domain name ক original domain বুলিও কোৱা দেখা যায়, যদি আপুনি ভবিষ্যতৰ কথা মনত ৰাখি এটা domain sellect কৰিব বিচাৰে তেন্তে .com domain লোৱাটো উচিত |

.com domain register কৰিলে ভবিষ্যতে আপুনি আপোনাৰ domain name টোৰ Brand বনাব পাৰিব আৰু আপোনাৰ business টো সেই নামটোৰে register কৰাব পাৰিব |

Don’t Use Number

domain এটা sellect কৰা সময়ত এইটো মনত ৰখা উচিত যে domain name টোত number থাকিব নালাগে |

উদাহৰণ স্বৰূপে only4u.com, Job4you.com, fast2last, help4you, assamsupport24.com, 11tech.com আৰু বহুতো |

কিছুমান ডাঙৰ ডাঙৰ website ৰ ক্ষেত্ৰত domain name ত সংখ্যা থকাও দেখা পোৱা যায় | যেনেকৈ Fast2Sms.com, 99mobiles.com, আদি |

কিন্তু মোৰ মতে domain name sellect কৰা সময়ত পৰাপক্ষত সংখ্যা ব্যৱহাৰ নকৰাটোৱেই ভাল |

Nice Releted Domain

particular Niche টো লক্ষ কৰি domain name টো sellect কৰিব লাগে যাতে searchত rank কৰে আৰু domain name টো চোৱা লগে লগে ব্যক্তিজনে আপোনাৰ blog website টোৰ category ৰ বিষয়ে গম পাব পাৰে |

particular nice related domain name হলে Google ত অতি সহজে rank কৰিব পৰা যায় আৰু অলাগতিয়াল visitor অহাৰ পৰিমাণ কমি যায় |

উদাহৰণ স্বৰূপে যদি আপোনাৰ blog website টো চাকৰীৰ হয় তেন্তে আপুনি এনেকুৱা এটা domain name sellect কৰিব লাগিব য’ত Job, Naukri, Career, বা Sakori আখৰ টোৰ উল্লেখ থাকে,

Short Keyboard

বহুতৰ ক্ষেত্ৰৰ দেখা পোৱা যায় যে তেওঁলোকে বহুত বেছি আখৰ থকা domain name sellect কৰি লয় | যাৰ ফলত তেওঁলোকৰ বহুতো অসুবিধাৰ সৃষ্টি কৰিব লগা হয় | বেছি আখৰ থকা domain name হলে user ৰ বাবে অসুবিধা হয় | আপোনাৰ user জনে সেই নাম টো মনত ৰখাত অসুবিধা পাব পাৰে বা মনত ৰাখিব পাৰিলোও browserত Type কৰোতে ভুল কৰিব পাৰে যাৰ ফলত আপোনাৰ বহুতো অসুবিধা হব পাৰে৷

domain name sellect কৰোতে যিমান পাৰে কম আখৰ থকা domain name sellect কৰিব লাগে লগতে user য়ে মনত ৰাখিব পৰা হব লাগে আৰু Spelling টো সহজ সৰল হব লাগে |

Don’t Sellect Copy Domain

কোনো ডাঙৰ website ৰ লগত মিল থকা domain name sellect কৰিব নালাগে| এনেকুৱা ধৰণৰ domain name sellect কৰিলে আপোনাৰ blog website .টো অলপ দিন ভালেই চলিব কিন্তু পিছত মানুহে গম পাই যাব আৰু যদি original owner জনে গম পাই তেওঁ আপোনাৰ বিৰূদ্ধে Legally Action য়ো লব পাৰে |

সেয়েহে মই কম যে যিমান পাৰে বেলেগ ডাঙৰ ডাঙৰ website ৰ নামত domain name নোলোৱাটোৱেই ভাল যিমান পাৰে বেলেগতকৈ বেলেগ domain name sellect কৰিব টেষ্টা কৰক ভবিষ্যতৰ কাৰনে ভাল হব |


Also Read:-


Conclusion:-

আজিৰ এই পষ্ট টোত মই আপোনালোকক এটা ভাল domain name sellect কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে কবলৈ চেষ্টা কৰিলো | এই কেইটা Tips Follow কৰি আপুনি এটা ভাল domain name sellect কৰিব পাৰিব |

LEAVE A REPLY

Please enter your comment!
Please enter your name here