Adsense Identity and Address Verification Complete Process in Assamese

Adsense verification process

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ ASSAMSUPPORT.COM লৈ মই Hemanta আৰু আজি মই আপোনালোকক Adsense Identity Verification আৰু Address Verification process ৰ বিষয়ে কবলৈ চেষ্টা কৰিম |

যদি আপুনি Adsense ব্যৱহাৰ কৰে বা আপুনি Adsense ৰ পৰা পইচা উপাৰ্জন কৰিম বুলি ভাবিছে বা আপুনি YouTube, Blog Website ৰ পৰা উপাৰ্জন কৰিম বুলি ভাবিছে তেন্তে আপুনি আজিৰ এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব |

YouTube, Blog বা website ৰ পৰা উপাৰ্জন কৰিবলৈ Adsense Account ৰ প্ৰয়োজন হয়| আপোনাৰ Youtube, Blog টো Adsense ৰ লগত সংযোগ কৰিলে আপোনাৰ YouTube Video বা blog পষ্টত Ads দেখিবলৈ পোৱা যায় আৰু সেই Ads চোৱা আৰু সেই Ads ত ক্লিক হোৱাৰ বিপৰীতে Adsense Account ৰ মালিক জনে পইচা পাবলৈ সক্ষম হয়

আপুনি যিকোনো কাৰণত Adsense account create কৰিব পাৰে , যদি আপোনাৰ Blog আছে বা আপোনাৰ YouTube Channel আছে বা Apps আছে তেন্তে সেই টোত Ads দেখুৱাবলৈ এটা Google Adsense Account কাণে Apply কৰিব পাৰে , যদি আপোনাৰ Blog. YouTube Channel, Apps টো Adsense ৰ কাৰণে উপযুক্ত তেন্তে আপুনি Adsense ৰ Approvel পাই যাব আৰু আপুনি Ads দেখুৱাব পাৰিব |

ধৰি লওঁক আপুনি Adsense approval পাই গল আৰু আপুনি তাৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আপোনাৰ Adsense Account ত $10 সম্পূৰ্ণ হল

$10 সম্পূৰ্ণ হোৱাৰ পাছত আপুনি আপোনাৰ Adsense account ত identity verification ৰ লগতে আপোনাৰ Address verification কৰাব লাগিব তেতিয়াহে আপুনি Adsense ত উপাৰ্জন কৰা ধন বেংকত লাভ কৰিবলৈ সক্ষম হব


Identity verification

$10 সম্পূৰ্ণ হোৱাৰ পাছত আপোনাৰ Adsense account টো open কৰিলে এটা ৰঙা পাট্টা দেখিবলৈ পাব সেই পাট্টাটোত Identity verify কৰিবলৈ কোৱা হব আৰু কাষত এটা Varify বুলি option দেখা পাব যদি আপোনাৰ Adsense ত এনেকুৱাকে নাহে তেন্তে আপুনি Adsense ৰ Menu ত গৈ Payment ত গলে verify option দেখিবলৈ পাই যাব | এতিয়া আপুনি Varify option টোত ক্লিক কৰিলে এটা popup window open হব এতিয়া আপুনি আপোনাৰ Voter Card, Pan Card, Addhar Card, Passport বা Driving License যিকোনো এখনৰ Front ৰ একপি ফটো ইয়াত upload কৰিব লাগিব| “চফটোকপি চফা হব লাগিব যাতে নাম, মানুহজনৰ ফটো আদি ভালদৰে বুজি পাব লাগিব আৰু চাইডৰ অলাগতিয়াল খিনি crop কৰি দিব”

এতিয়া তাৰ তলত আপোনাৰ নাম, ঠিকনা দেখিবলৈ পাব এবাৰ লক্ষ কৰি লব যে আপুনি upload কৰা identity ৰ লগত Adsense ৰ নাম ঠিকনাৰ মিল আছে নে নাই যদি কিবা অলপ ভূল আছে তেন্তে সলনি কৰিব পৰা যায় | আপুনি সলনি কৰি লব পাৰে |তাৰ পাছত আপুনি Continue কৰি দিব | এতিয়া আপোনাৰ ওচৰত verification in progress বুলি দেখুওৱা হব আৰু অলপ সময় পাছত ৰঙা পাট্টা টো দেখিবলৈ নাপাব আৰু 24 ঘন্টাৰ ভিতৰত আপুনি এটা mail পাব য’ত আপোনাৰ Adsense account টো verify হল নে নহল জনাই দিয়া হব |

যদি identity ৰ লগত নিমিলে তেন্ত আপোনাৰ Adsense account টো Suspend কৰি দিব পাৰে |তথাপিও সলনি নকৰা টোৱেই ভাল আপুনি Adsense ৰ কাৰণে Apply কৰা সময়তে Identity ৰ লগত মিল থকা Name Address দিব আৰু যদি Identity ত আপোনাৰ Name Address capital letters ত আছে তেন্তে capital letters ৰ ব্যৱহাৰ কৰিব|

আৰু যদি আপোনাৰ আগৰ পৰাই এটা Adsense Account আছে আৰু Identity Verification কৰি থৈছে তেন্তে আকৌ আপোনাৰ নামত বেলেগ Adsense account create নকৰিব |যদি আপুনি আৰু এটা Adsense account create কৰি আকৌ আগৰ identity Document টো upload কৰি দিয়ে তেন্তে আপোনাৰ যিকোনো এটা Adsense account suspend কৰি দিব পাৰে বা দুয়োটা suspend কৰি দিব |

Address verification

Identity verification complete হোৱাৰ 24 ঘন্টাৰ পাছত আপোনৰ Adsense account ত আৰু এটা ৰঙা পাট্টা দেখিবলৈ পাব য’ত আপোনাক Address verify কৰিবলৈ কোৱা হব আৰু সেই পাট্টা টোৰ কাষত এটা Verify botton হব য’ত ক্লিক কৰি দিয়া লগে লগে আপোনাৰ Address ত Adsense ৰ ফালৰ পৰা পষ্ট অফিচৰ যোগেদি এটা চিঠি পঠিয়াই দিয়া হব য’ত 6 টা সংখ্যাৰ পিন থাকিব |

Adsense ৰ মতে 2/4 সপ্তাহৰ ভিতৰত আপুনি সেই চিঠিখন পাই যাব আৰু যদি 1 মাহৰ ভিতৰত নাপায় তেতিয়া আপুনি আৰু এবাৰ Apply কৰিব পাৰিব মুঠতে 3 বাৰ Apply কৰিব পৰা যায় |

আপোনি 10-15 দিন মানৰ পাছত Adsense ত দিয়া post office ত গৈ খবৰ কৰিব পাৰে যে আপোনাৰ Adsense ৰ চিঠিখন আহি পালে নে নাই|

চিঠিখন পোৱা পাছত আপুনি Adsense account টো খুলি Address Verify ত ক্লিক কৰি চিঠিত থকা pin টো দি দিব আৰু verify কৰি দিব আপোনাৰ Adsense account ৰ Address verification complete হৈ যাব আৰু এতিয়া আপুনি $100 complete কৰি Bank Add কৰি payment লব পাৰিব|

“Identity verification complete কৰাৰ 24 ঘন্টাৰ পাছতহে Address Verification ৰ notification দেখিবলৈ পোৱা যায় “

Conclusion:- আজিৰ এই পষ্টটোত মই আপোনালোকক Adsense ত Identity ৰ লগতে Address verification ৰ complete process ৰ বিষয়ে কবলৈ চেষ্টা কৰিলো | যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে comment ত সুধিব পাৰে আৰু এই পষ্ট টো share কৰিবলৈ নাপাহৰিব “ধন্যবাদ”

8 COMMENTS

  1. Hello there, My name is Aly and I would like to know if you would have any interest to have your website here at assamsupport.com promoted as a resource on our blog alychidesign.com ?

    We are updating our do-follow broken link resources to include current and up to date resources for our readers. If you may be interested in being included as a resource on our blog, please let me know.

    Thanks, Aly

  2. Having read this I believed it was extremely enlightening.
    I appreciate you finding the time and energy to put this informative article together.
    I once again find myself spending way too much time both
    reading and posting comments. But so what, it was still worth
    it!

  3. You arе so awesome! I don’t suppose I’ve trulу read something like thɑt bеfore.
    So great to discover someone with some original thoughtѕ on this topic.
    Seriously.. many thankѕ for starting this up. This site іs something thаt’s needed on the internet,
    someone with a bit of originality!

LEAVE A REPLY

Please enter your comment!
Please enter your name here