Blogger vs WordPress which is the best

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ আজিৰ এই পষ্ট টোত মই আপোনালোকক blogger vs wordpress ৰ বিষয়ে কবলৈ চেষ্টা কৰিম blogger ৰ সুবিধা অসুবিধা, wordpress ৰ সুবিধা অসুবিধাসমূহ ৰ বিষয়ে কবলৈ চেষ্টা কৰিম কোনটো আপোনাৰ কাৰণে ভাল হব এই পষ্ট টোৰ সহায়ত আপুনি অতি সহজতে বাছনি কৰি লব পাৰিব |

Blogger.com

blogger.com google ৰ এটা product হয় এইটো YouTube ৰ দৰে সম্পূৰ্ণ Free হয় | ইয়াত একেবাৰে সহজতে এটা simple blog বনাব পাৰিব আৰু আপোনাৰ Knowledge share কৰিব পাৰিব|

Blogger.com ৰ সুবিধা :-

  • Blogger.com সম্পূৰ্ণ Free হয় |
  • Hosting ৰ খৰচ নেলাগে বিনামূলীয়া কে Hosting দিয়া হয়
  • unlimited blog host কৰিব পৰা যায়|
  • Domain ৰ খৰচ নেলাগে ইয়াত বিনামূলীয়া কে Subdomain দিয়া হয় .blogspot.com
  • unlimited subdomain লব পৰা যায়
  • Hosting ৰ Quality Shared Hosting ত কে বহুত ভাল হয় Real time 1,00,000 লৈকে manage কৰিব পাৰে |

Blogger.com ৰ Disadvantages

  • SEO ৰ কাৰণে উপযুক্ত নহয়, SEO ৰ Facility ইমান এটা নাই যাৰ ফলত Blog post টো rank কৰাত অসুবিধা হয় কিন্তু First page ত Rank কৰাও দেখা যায় |
  • Blog টোৰ Design একেবাৰে somple হয়, বেছি Customize কৰিব পৰা নাযায় , নিজৰ ইচ্ছাৰে কোনো Features Add কৰিব পৰা নাযায় |

WordPress :-

wordpress হৈছে এটা এনেকুৱা সুবিধা যিটোৱে এটা website build কৰাত সহায় কৰে লগতে website টো manage কৰাত সুবিধা হয় | wordpress টো Free হয় আপুনি ইয়াক আপোনাৰ website ত install কৰি ইয়াৰ সুবিধা সমূহ ব্যৱহাৰ কৰিব পাৰিব

WordPress Advantages :-

  • ইয়াত website build কৰিবলৈ কোনোধৰণৰ coding নালাগে
  • Click কৰি কৰি website build কৰিব পৰা যায়
  • Seo ৰ কাৰণে বহুতো উন্নত plugin পোৱা যায় যিটোৰ সহায়ত অতি সহজতে blogspot rank কৰাব পাৰি৷
  • unlimited plugin পোৱা যায় যিবোৰ ব্যৱহাৰ কৰি website টোত প্ৰয়োজন হোৱা সকলো কাম কৰিব পাৰি|
  • unlimited Features পোৱা যায় , নতুন নতুন plugins ব্যৱহাৰ কৰি নতুন নতুন Features Add কৰিব পাৰি|

WordPress Disadvantages :-

  • কোনো ধৰণৰ অসুবিধা হলে নিজে ঠিক কৰিব লাগিব |
  • Adsense ৰ CTR problem হলে নিজে manage কৰিব লাগিব|
  • কিবা Attack হলে নিজে Manage কৰিব লাগিব |
  • Hosting ৰ কাৰণে ভালেমান ধন খৰচ কৰিব লাগিব

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক Blogger আৰু WordPress ৰ কিছু সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিলো যদি আপুনি এটা website create কৰিম বুলি ভাবিছে তেন্তে মই কম যে আপুনি প্ৰথমে Blogger ত এটা Coustom Domain লৈ Start কৰক আৰু যেতিয়া ভালকৈ শিকিলো বুলি ভাবে আৰু উপাৰ্জন কৰিবলৈ সক্ষম হয় তেতিয়া wordpress ত migrate কৰি দিব পাৰে আৰু যদি আপুনি ভাল Business website create কৰিম বুলি ভাবিছে তেন্তে WordPress ত create কৰক | আশা কৰো আপুনি আমাৰ এই পষ্ট টো পঢ়ি ভাল পালে | যদি আপোনাৰ কোনো Friend এ website create কৰিম বুলি ভাবিছে তেন্তে আপুনি এই পষ্টটো তেওঁৰ লগত share কৰিবলৈ নাপাহৰিব “ধন্যবাদ”

LEAVE A REPLY

Please enter your comment!
Please enter your name here