How To Create a Facebook Page in Assamese

facebook page

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ, মই Hemanta আৰু আজি মই আপোনালোকক Facebook Page কেনেকৈ create কৰা হয় আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিম আশা কৰো আপুনি আমাৰ এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িব, তেন্তে আহক আৰম্ভ কৰো,

Facebook Page কোনো এটা ব্লগৰ বাবে বা কোনো এটা online business ৰ বাবে খুবেই প্ৰয়োজনীয়, ইয়াৰ সহায়ত আমাৰ ব্লগ টো বা online business টোৰ বিষয়ে কোনো নজনা লোকে জানিব পাৰে আৰু কোনো এটা online business বা blog ৰ seo ৰ কাৰণে social media খুবেই উপকাৰী সেয়েহে আমি আমাৰ blog বা business টোৰ কাৰনে এটা Facebook Page Create কৰিব লাগে |

আৰু যদি আপোনাৰ blog website, business নাই যদিও আপুনি এটা Facebook Page create কৰিব পাৰে আৰু ইয়াত আপুনি আপোনাৰ জ্ঞান, Job update আৰু বহুতো Share কৰিব পাৰে আৰু পাছত গৈ আপুনি ইয়াৰ পৰা নিজৰ business আৰম্ভ কৰিব পাৰিব | আৰু যদি Flowers বেছি থাকে তেন্তে ইয়াৰ পৰা উপাৰ্জনো কৰিব পৰা যায় |

How To Create a Facebook Page

প্ৰথমতে আমি www.facebook.com ত ligin কৰি লব লাগিব যদি আপোনাৰ facebook ত Account আছে Login কৰি লওক আৰু যদি Account নাই এটা Facebook Account Create কৰি লওক | এতিয়া আপুনি ওপৰত দেখিবলৈ পোৱা 3 line ত ক্লিক কৰক

এতিয়া আপোনি লক্ষ কৰিলে দেখা পাব create new page বুলি এটা option আপুনি ইয়াত ক্লিক কৰি দিব |

আৰু তাৰ পাছত আপুনি Get Started option টোত ক্লিক কৰিব লাগিব ,

এতিয়া আপোনাক আপুনি বনাব বিচৰা Facebook Page টোৰ নাম দিব লাগিব

আপুনি যি নামেৰা Facebook ত page create কৰিব বিচাৰে নাম টো দি লোৱা পাছত Next কৰি দিব |

এতিয়া আপোনাক আপোনাৰ Facebook Page টোৰ Category Sellect কৰিব কোৱা হব | আপুনি কি বিষয়ৰ Facebook page create কৰিব বিচাৰে সেই category টো বাছি লব | যদি আপোনাৰ ব্লগ টোৰ বাবে হয় তেতিয়া Blog Website আৰু sub category ত personal blog নে education blog নে অন্য কিবা sellect কৰি লব | আৰু next কৰি দিব |

যদি আপুনি blog website category sellect কৰি Facebook page create কৰিছে তেন্তে এইখিনিত আপোনাক আপোনাৰ blog website ৰ url টো দি দিব | আৰু যদি আপোনাৰ Blog website নাই তেন্তে আপুনি আপোনাৰ যিকোনো social mediaৰ url দি দিব পাৰে বা নিদিলেও একো কথা নাই | এতিয়া আপুনি Next কৰি দিব |

এতিয়া আপোনাক আপোনাৰ Facebook page ৰ logo upload কৰিব কোৱা হব ইয়াত আপুনি Logo upload কৰি দিব পাৰে বা যদি পাছত দিব ইচ্ছা কৰে Skip কৰি দিব |

এতিয়া আপোনাৰ Facebook Page Create হল | ইয়াত আপুনি আপোনাৰ Facebook page ৰ Logo background image আৰু যদি কিবা সলনি কৰিব বিচাৰে কৰিব পাৰে আৰু এতিয়া আপুনি আপোনাৰ Facebook page ত যি ইচ্ছা কৰে share কৰিব পাৰে ,

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক Facebook কিয় আৰু কেনেকৈ create কৰিব পাৰি কবলৈ চেষ্টা কৰিলো আশা কৰো আপুনি ভাল পালে |যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে Comment ত সুধিব পাৰে বা আমালৈ contact কৰিব পাৰে | “ধন্যবাদ”

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here